Mar 5, 2020

প্ৰশ্নঃ মোৰ চেনেল Suspend হৈ গৈছে! এতিয়া কি কৰিম?

প্ৰশ্নঃ মোৰ চেনেল Suspend হৈ গৈছে! এতিয়া কি কৰিম?

উত্তৰঃ YouTube আৰু AdSenseৰ পলিচি ভালদৰে মানি নচলিলে আপোনাৰ AdSense একাউণ্ট ১মাহৰ পৰা ৬মাহ পৰ্যন্ত Suspend কৰি দিব পাৰে। কিন্তু ইয়াৰ ভয় কৰিবলগীয়া একো নাই। Suspensionৰ শেষত AdSense একাউণ্টত গৈ Sent Feedback ট্যাপত ক্লিক কৰিব। তাৰ পিছত ২শাৰী সমস্যাৰ বিৱৰণ লিখি Click To Highlight or Hide Infoত গৈ ৰঙা ৰঙৰ এলাৰ্ট মেচেজটো Highlight কৰি Sent বাটনত ক্লিক কৰিব।

২৪ ঘণ্টাৰ ভিতৰতে আপোনাৰ একাউণ্টটো আকৌ সক্ৰিয় হৈ যাব।
এইটো গ'ল AdSense একাউণ্টৰ কথা।
এতিয়া আলোচনা কৰিব ইউটিউব চেনেলৰ বিষয়ে। ইউটিউব চেনেলৰ ক্ষেত্ৰত একেই পদ্ধতি ।
Creator Studioত গৈ Help And Feedback ট্যাপত ক্লিক কৰিলে Send Feedback নামৰ ‌অপচন দেখিবলৈ পাব। তাতে আপোনাৰ সমস্যাৰ বিৱৰণ লিখি Sent কৰি দিব।

২৪ ঘণ্টাৰ ভিতৰতে আপোনাৰ একাউণ্টটো আকৌ সক্ৰিয় হৈ যাব।

শেয়ার করুন

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

1 comment: