বন্ধু সকল প্ৰতিনিয়ত দেখা পাওঁ যে প্লে- ষ্টোৰত বহুতো ভাল ভাল ছফ্টৱেৰ, ভাল ভাল গেমচ আপচ্ বিচাৰি পাওঁ। কিন্তু দুৰ্ভাগ্যবশতঃ সেইবোৰৰ ভিতৰত বহুতো এপচ্ Premium Versionত থাকে আৰু সেইবোৰ ডাউনলোড কৰিবলৈ হলে Payment কৰিব লাগে। যাৰ ফলত আমি বহুতেই সেইবোৰ এপচ্'ৰ সেৱা উপভোগ কৰিব নোৱাৰোঁ বা আৰ্থিক দুৰ্বলতাৰ বাবে Payment কৰি এপচ্ বোৰ ডাউনলোড কৰিব নোৱাৰি।
আকৌ অনেক সময়ত দেখা যায় যে ফ্ৰী এপচ্ সমূহতকৈ পেইড এপচ্ সমূহ বহুত ভাল হৈ থাকে । কিন্তু এই এপচ্ প্লে- ষ্টোৰ'ৰ পৰা ডাউনলোড কৰিব নোৱাৰি গুগলত চাৰ্চ কৰি বিচাৰি উলিয়াই ডাউনলোড কৰোঁ। কিন্তু এনে কৰিলে সময়ৰ বহুত অপচয় হয় আৰু আৰু বহুত সময়ত গুগলতো বিচাৰি নাপাও।
যিহেতু আমি অসমীয়া সকলে সকলো বস্তু বিনামূলীয়াকৈ ডাউনলোড কৰিব বিচাৰোঁ।
গতিকে, আজিৰ পৰা যিকোনো পেইড এপচ্ ডাউনলোড কৰিবলৈ হলে গুগলত বিচাৰি থাকিব নালাগে। Direct প্লে- ষ্টোৰ'ৰ পৰা যিকোনো Paid Apps ফ্ৰী ডাউনলোড কৰিব পাৰিব কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নোহোৱাকৈ। তেনে হ'লে দেৰি নকৰি বলক আজিৰ টিউটোৰিয়াল আৰম্ভ কৰোঁ।
প্ৰথমতে তলৰ লিংকৰ পৰা এপচ্'টো ডাউনলোড কৰক
Download App App Size:: 2 MB
এপচ্'টো ডাউনলোড কৰাৰ পাছত Install কৰি ওপেন কৰিব । ওপেন কৰাৰ পিছত ঠিক এনেকুৱা অপচন আহিব, এতিয়া OK বাটনত ক্লিক কৰি পাৰমিচন দি দিয়ক।
এতিয়া এপচ্'টো আপডেট কৰাৰ অপচন আহিব কিন্তু এইটো ভূল কৰিও আপডেট নকৰিব। নহ'লে Play Storeৰ পৰা Paid Apps ফ্ৰিতে ডাউনলোড কৰিব নোৱাৰিব। সেয়ে Leter বাটনত ক্লিক কৰক। এতিয়া ইয়াৰ কাম শেষ।
তাৰ পিছত স্কিনশটৰ দৰে আহিব ইমেজ ফলো কৰক
![]() |
তাৰ পিছত ডাউনলোড বাটনত ক্লিক কৰক। ক্লিক ক্লিক কৰাৰ লগে লগে ডাউনলোড প্ৰক্ৰিয়া আৰম্ভ হ'ব।
এয়া চাওক ডাউনলোড হৈ আছে।
ডাউনলোড হোৱাৰ পিছত Appটো Install কৰিব পাৰে অথবা আপোনাৰ মোবাইলত ৰাখি দিব পাৰে।
বন্ধুসকল আজিলৈ ইমানেই আছিল । সকলোৱে ভালে থাকক সুস্থ থাকক আৰু এই পোষ্টটো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে অৱশ্যেই লাইক-কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱৰ লগত শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব।
এইটোৱে মোৰ প্ৰথম পোষ্ট গতিকে কৰোবাত ভুল দেখিলে নিজ দ্বায়িত্বে আঙুলিয়াই দিব যাতে ভূলবোৰ শুধৰণি কৰিব পাৰোঁ।
এই পোষ্ট সম্পৰ্কিত কোনো প্ৰশ্ন থাকিলে কমেণ্ট বক্সত জনাব । সমাধান কৰিবলৈ চেষ্টা কৰিম । ধন্যবাদ
ফেচবুকত মই BilaL BR Armaan
Mozza
ReplyDeleteThanks
Delete